Breaking News: কলিয়াবৰ কাঞ্চনজুৰিত বাছ আৰু টেংকাৰৰ সংঘৰ্ষ।

কলিয়াবৰ কাঞ্চনজুৰিত ভয়াবহ পথ দুৰ্ঘটনা। জানিব পৰা মতে, কলিয়াবৰ মহকুমাৰ কাজিৰঙাৰ সমীপৱৰ্তী কাঞ্চনজুৰিত বাছ আৰু টেংকাৰৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত এজন। সংকটজনক অৱস্থাত জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি ২০ জনতকৈ অধিক যাত্ৰী। দুৰ্ঘটনাগ্ৰস্থ বাছখনৰ নম্বৰ AS 01 HC 8887 আৰু টেংকাৰ খনৰ নম্বৰ AS 01 DC 4056।

Leave a Reply

Your email address will not be published. Required fields are marked *