কাজিৰঙাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে স্বচ্ছ ভাৰত অভিযান

নিউজ ডেস্ক,কাজিৰঙা লাইভ,১৬ নৱেম্বৰ : আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে কাজিৰঙাত বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু বোকাখাত মহকুমাৰ সংবাদ কৰ্মীৰ সহযোগত চাফাই কাৰ্যসূচী গ্ৰহন কৰা হয় ৷ স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাবে কঁহৰা চাৰিআলিত কৰা চাফাই অভিযানত কহঁৰা বজাৰ সমিতিৰ লগতে স্থানীয় ৰাইজে সহযোগ আগবঢ়াই ৷ আনহাতে কহঁৰাত গুটখা জাতীয় সামগ্ৰী নিষিদ্ধ কৰাৰ পাছত ফলাফল সন্তোষ জনক বুলি মন্তব্য কৰে বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *