নুমলীগড় শোধনাগাৰত মুখ্যমন্ত্ৰী সোনোৱাল

মাধৱজ্যোতি দত্ত, নুমলীগড়, ১৪ ছেপ্টেম্বৰ: নুমলীগড় শোধনাগাৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল । নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত দলীয় কৰ্মীৰে মত বিনিময় কৰাৰ পলগতে নুমলীগড় শোধনাগাৰৰ প্ৰশাসনিক ভবনত বিভিন্ন বিভাগৰ মুৰব্বীৰে পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী অতুল বৰা, কেশব মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচাই।
